This browser does not support the video element.
ডিফু: হাওৰাঘাটত জিলা ভিত্তিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত
Diphu, East Karbi Anglong | Aug 26, 2025
মঙলবাৰে দিনৰ ১২ বজাত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট পৌৰ সভাৰ বৰ্ণিল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিত জিলা ভিত্তিত ৩০ খনতকৈও অধিক বিদ্যালয়য়ে আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা অংশগ্ৰহন কৰে।দুটা গ্ৰুপত অন্নুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতা সঞ্চালন কৰে গৌতম সুত্ৰধাৰ, ৰূপক দাস, বিক্ৰম কুমাৰ চন্দ, অৰ্ণৱ বৰা, বিদ্যাৰাম চিংনাৰ ,সঞ্জীৱ মহন্ত ।