This browser does not support the video element.
নাওবৈচা: নাওবৈছাত বাঘৰ আতংক,বিগত দুদিনে বাঘৰ মুক্ত বিচৰণ নাওবৈছাৰ চমুৱা-দৰঙীয়া গাৱঁত
Naobaicha, Lakhimpur | Aug 22, 2025
লখিমপুৰ নাওবৈছাত বাঘৰ আতংক।বিগত দুদিনে বাঘৰ মুক্ত বিচৰণ নাওবৈছাৰ চমুৱা- দৰঙীয়া গাৱঁত।দৰঙীয়া এল পি স্কুল খনৰ ওচৰৰ হাবিত এটা বাঘ দেখি হতচকিত গাওঁবাসী।ইতিমধ্যে বনৰক্ষী কৰ্মীয়ে পৰিদৰ্শন কৰে ঠাইখিনি। কিন্তু বৃহস্পতিবাৰে নিশা হোৱাৰ বাবে বনৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল বাঘটো।যাৰবাবে শুকুৰবাৰে বাঘটো কৰায়ত্ত কৰাৰ আস্বাস প্ৰদান কৰে গাওঁবাসীক বন বিভাগে ।