This browser does not support the video element.
ডিফু: ডিফুত ৰেচম বিভাগৰ ৪-দিনীয়া দক্ষতা উন্নয়ন প্ৰশিক্ষণ, উপস্থিত কাকৰ ইএম কাচে ৰংপিপী
Diphu, East Karbi Anglong | Sep 2, 2025
ৰেচম সমগ্র-২ ২০২৪-২৫ অধীনত মঙলবাৰে দিনৰ ১২ বজাত ডিফু ৰেচম ভৱনত চাৰিদিনীয়া কাৰ্যসূচীৰে ২ ছেপ্টেম্বৰৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে দক্ষতা উন্নয়ণ প্ৰশিক্ষণ কাৰ্যসূচী৷ ৰেছম বিভাগ বাঙ্গালুৰুৰ তত্বাৱধনাত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ৰেচমৰ দক্ষতা বৃদ্ধি কৰাত সহায় কৰা, আত্মনির্ভৰতা প্ৰচাৰ কৰা আৰু স্থায়ীত্ব অনা আয়ৰ উৎসৰ উৎসাহিত কৰা। উক্ত প্ৰশিক্ষণৰ আৰম্ভনি কাৰ্যসূচীত উপস্থিত আছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় ভাৰপ্ৰাপ্ত ইএম কাচে