Download Now Banner

This browser does not support the video element.

বাক্সা: বাগানপুৰত শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ মুখ্য দুৱাৰ উদ্ঘাটন কৰে বিজেপি অসম ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ ৰাম দাহাল

Baska, Baksa | Sep 29, 2025
আজি বাক্সা জিলাৰ বাগানপুৰত শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ মুখ্য দুৱাৰ উদ্ঘাটন কৰে  ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ ৰাম দাহাল । যোৱাকালীৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে দুৰ্গা পূজা তাৰ সমন্তৰালকৈ  বাগানপুৰত দুৰ্গা পূজা আজিৰে পৰা শুভ উন্মোচন কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ ৰাম দাহাল।আৰু আজিৰ কাৰ্যসূচীত তেওঁৰ সৈতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া আৰু পূজা সমিতিৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us