Download Now Banner

This browser does not support the video element.

ধেমাজি: জিলা সদৰত জাতীয় যুৱ বাহিনীৰ ধেমাজি সদৰ আঞ্চলিক সমিতি গঠন, উপস্থিত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা

Dhemaji, Dhemaji | Aug 25, 2025
সদৰত জাতীয় যুৱ বাহিনীৰ ধেমাজি সদৰ আঞ্চলিক সমিতি গঠন, উপস্থিত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা সোমবাৰে দিনৰ প্ৰায় তিনি মান বজাত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত আঞ্চলিক ৰাজনৈতিক দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়। লগতে আজি উক্ত সভাত
Read More News
T & CPrivacy PolicyContact Us