This browser does not support the video element.
নলবাৰী: জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঁঝি
Nalbari, Nalbari | Oct 9, 2025
আজি নলবাৰীত উপস্থিত হল কেন্দ্ৰীয় ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঁঝি ।নলবাৰীত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাজিয়ে। সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী,জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ মুৰব্বী সকল।