Install App
usr509065
This browser does not support the video element.
টিংখং: টিংখাঙ আৰক্ষী থানাত এলেকাত ৰহস্যজনক অৱস্থাত দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য, আৰক্ষী অব্যাহত ৰাখিছে তদন্ত
Tingkhong, Dibrugarh | Sep 25, 2025
টিংখাঙত ৰহস্যজনক অৱস্থাত দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত । হাটথ্ৰৰ্ব জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যজুৰি শোকস্তব্ধ হৈ থকাৰ সময়তে যোৱা সোমবাৰে টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত এখন চাহ বাগিচাত এই ঘটনা সংঘটিত হোৱা কথা আজি সংবাদ মাধ্যমত জানিবলৈ দিয়ে পৰিয়ালে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!