Download Now Banner

This browser does not support the video element.

কদম: বগীনদীত আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি,দুৰ্ঘটনাত পতিত হোৱা যুৱকক চিকিৎসাৰ গাফিলতৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

Kadam, Lakhimpur | Sep 25, 2025
লখিমপুৰ জিলাৰ বগীনদীৰ বগীনদী আদৰ্শ চিকিৎসালয়ত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।দুৰ্ঘটনাত পতিত হোৱা এজন যুৱকৰ চিকিৎসাত গাফিলত কৰাৰ অভিযোগ উত্থাপিত কৰি বগীনদী আদৰ্শ চিকিৎসালয়ত সৃষ্টি হয় এই উতপ্ত পৰিস্থিতিৰ।পৰবৰ্তী সময়ত চিকিৎসালয়খনত উপস্থিত হয় আৰক্ষী।উল্লেখযোগ্য যে বগীনদী আদৰ্শ চিকিৎসালয়খনত দীৰ্ঘ দিনৰ পৰা একাংশ নৰ্চে ৰোগীৰ সৈতে দুব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।আজি দুৰ্ঘটনাত পতিত হোৱা যুৱকক সময়মতে চিকিৎসা নকৰাৰ অভিযোগত চিকিৎসালয়খনৰ বিৰুদ্ধে।
Read More News
T & CPrivacy PolicyContact Us