Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: কংগ্ৰেছ নেতা গৰ্জ্জন মুছাহাৰীই ইউ পি পি এল ত যোগদান কৰি মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগত বন্দৰমুৰিত নিৰ্বাচনী প্ৰচাৰ

Kokrajhar Part, Kokrajhar | Sep 5, 2025
কংগ্ৰেছ নেতা গৰ্জ্জন মুছাহাৰীই ইউ পি পি এল ত যোগদান কৰি আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে আবেলি ৫ বজাত কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী বিটিচি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ৰ হৈ পুন প্ৰথম বাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই। সমষ্টিৰ অধীন গেন্দ্ৰাবিল ৰ বান্দৰমুৰি গাঁওত মন্ত্ৰী ইউ জি ব্ৰহ্ম ৰ লগত একেলগে প্ৰচাৰ চলাই প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমান ইউ পি পি এল ৰ কেন্দ্ৰীয় মুখপাত্ৰ হিচাবে দত্য পোৱা গর্জ্জন মুছাহাৰীই।
Read More News
T & CPrivacy PolicyContact Us