Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিক দশলৰ কৌশল ইউ পি পি এলৰ প্ৰাৰ্থীৰঞ্জিত বসুমতাৰী, চহৰত দলৰ কাৰ্য্যালয়ত ৫০ গৰাকী যোগদান

Kokrajhar Part, Kokrajhar | Aug 27, 2025
বাওঁখুংগ্ৰী পৰিষদ সমষ্টিক দশল কৰিবলৈ বিয়াপক কৌশল ৰাখিছে ইউ পি পি এল দক্ৰ প্ৰাৰ্থী তথা ই এম ৰঞ্জিত বসুমতাৰীই। বুধবাৰে সন্ধিয়া ৮ বজাত কোকৰাঝাৰ চহৰৰ ইউ পি পি এল ৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সমষ্টিৰ অধীনৰ ৫০ গৰাকী বিপিএফ যুৱ কৰ্মীয়ে ইউ পি পি এল দলত অনুষ্ঠানিক ভাৱে যোগদান কৰে। ইউ পি পি এল দলৰ এখন যোগদান সভাত বিপিএফ দলৰ কৰ্মীই যোগদান কৰে । যোগদান কৰা যুৱ কৰ্মী সকলক উষ্ণ আদৰণী জনাই ই এম ৰঞ্জিত বসুমতাৰী ই। মুঠতে বাওখুংগ্ৰী সমষ্টিক এইবেলি দশল কৰিবলৈ ৰণকৌশল কৰিছে।
Read More News
T & CPrivacy PolicyContact Us