ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৰাজ্যিক নেতা বাতাস ওৰাং বিজেপি দলৰ পৰা পদত্যাগৰ কথা সামাজিক মাধ্যমৰ যোগে পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত দেওবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলিত মন্তব্য প্ৰকাশ কৰে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বুৱে ৷ বাতাস ওৰাং বিজেপি দল ত্যাগ কৰা সন্দৰ্ভত বিধায়ক গনেশ কুমাৰ লিম্বুৰ মন্তব্য ৷