This browser does not support the video element.
বিশ্বনাথ: সাধাৰু খেল পথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু মুকলি ঝুমুৰ আয়োজন, বিধায়কৰ অংশগ্ৰহণ
Biswanath, Biswanath | Sep 7, 2025
বিশ্বনাথৰ সাধাৰু খেল পথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতি আৰু সাধাৰু প্ৰাথমিক গোটল যৌথ উদ্যোগত এ চি এম এচ, সাধাৰু প্ৰাথমিক গোট আৰু সাধাৰু ৰাইজৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠানৰ লগতে অভিনন্দন অনুষ্ঠান আৰু মুকলি ঝুমুৰ প্ৰতিযোগী অনুষ্ঠিত হয়। এই ঝুমুৰ প্ৰতিযোগীতা অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সাকোমঠা চাহ বাগিচাৰ পৰিচালক চম্পক শৰ্মা, সমাজ সেৱক ৰঞ্জন গগৈ আদি অংশগ্ৰহণ কৰে।