This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিত কোচ ৰাজবংশী ছাত্ৰ সন্থাই ধুবুৰীৰ SSP লীনা দলেৰ পুত্তলিকা দাহ কৰে
Dhekiajuli Part, Sonitpur | Sep 12, 2025
শুক্ৰবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলিত কোচ ৰাজবংশী ছাত্ৰ সন্থাই ধুবুৰীৰ SSP লীনা দলেৰ পুত্তলিকা দাহ কৰে ৷ উল্লেখ্য যে জনজাতিকৰণ দাবীত বিগত দুদিনৰ পূৰ্বে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰিছিল কোচ ৰাজবংশী লোকসকলে ৷ উক্ত প্ৰতিবাদৰ সময়চোৱাত প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰিছিল আৰক্ষীয়ে ৷ ইয়াকেলৈ আজি ঢেকীয়াজুলিত SSP লীনা দলেৰ পুত্তলিকা দাহ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷