Download Now Banner

This browser does not support the video element.

জলহ ভাগ: মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি সম্পৰ্কে ঘৰে ঘৰে গৈ গোৱৰ্দ্ধনাত সজাগতা বাৰ্তা প্ৰেৰণ

Jalah Part, Baksa | Aug 28, 2025
মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি সম্পৰ্কে ঘৰে ঘৰে গৈ গোৱৰ্দ্ধনাত সজাগতা বাৰ্তা প্ৰেৰণ। আজি ভাৰতীয় জনতা পাৰ্টিৰ গোৱৰ্দ্ধনা মণ্ডল উদ্যোগত গোৱৰ্দ্ধনাত মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি সম্পৰ্কে ঘৰে ঘৰে গৈ সজাগতা বাৰ্তা প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি সম্পৰ্কে সজাগতা বাৰ্তা প্ৰেৰণত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ গোৱৰ্দ্ধনা মণ্ডলৰ সভাপতি সুজিত সৰকাৰ আদি কৰি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us