Download Now Banner

This browser does not support the video element.

সোণাৰি: কা ৰ বিৰুদ্ধে সোণাৰিত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী

Sonari, Charaideo | Sep 9, 2025
কা ৰ বিৰুদ্ধে উত্তাল সোণাৰি । অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ বাতিলৰ দাবীত সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিলে বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিয়ে। বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিয়ে সাব্যস্ত কৰিলে অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ বাতিল কৰাৰ দাবীত সোণাৰিত প্ৰতিবাদী সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়ত সন্মুখত উপস্থিত হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বীৰ লাচিত সেনা কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলে।
Read More News
T & CPrivacy PolicyContact Us