Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিটিআৰ ৰ ফকিৰাগ্ৰামত ৰাজনৈতিক হিংসা, গন সুৰক্ষা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ত অগ্নিসংযোগ
Kokrajhar Part, Kokrajhar | Sep 9, 2025
বিটিআৰ ৰ ফকিৰাগ্ৰামত ৰাজনৈতিক হিংসা মঙলাবাৰে অবেলি ৩ বজাত ফকিৰাগ্ৰামত গন সুৰক্ষা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ত দুষ্কৃতিকাৰীই অগ্নি সংযোগ কৰে । কাৰ্য্যালয়ত কোনো নথকাৰ সহযোগ লৈ এই কান্ত সংঘটিত কৰে। জিএছপি দলৰ প্ৰাৰ্থী সুকুমাৰ দেৱনাথৰ জয়ী হোৱাৰ ভয়ত বিৰোধী দলে অগ্নি সংযোগ কৰিছে বুলি ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী সুকুমাৰ দেবনাথে অভিযোগ কৰিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!