This browser does not support the video element.
বাক্সা: জুবিন গাৰ্গৰ মৃত্যুত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে উচিৎ তদন্তৰ দাবী বিধায়ক মনোৰঞ্জন তালুকদাৰ
Baska, Baksa | Sep 20, 2025
জুবিন গাৰ্গৰ মৃত্যুত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে উচিৎ তদন্তৰ দাবী সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। জুবিন গাৰ্গৰ বিয়োগৰ পিছতে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সমান্তৰালভাৱে বাক্সাৰ বাৰাপেটাতো CPI(M) দলৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকি সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷