Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত ২ কোটি ২০লাখ টকা ব্যয় সাপেক্ষে মহাবীৰ চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন বিধায়ক ভবেশ কলিতাৰ

Rangia Part, Kamrup | Sep 11, 2025
বৃহস্পতিবাৰে ৰঙিয়াৰ ১০নং ৱাৰ্ডত বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভবেশ কলিতা আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে। ৰঙিয়াত মহাবীৰ চিলাৰায়ৰ জীৱনগাঠা চিৰ যুগমীয়া কৰি ৰখাৰ প্ৰয়াস। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ বিশেষ পদক্ষেপ। ২কোটি ২০ লক্ষ টকা ব্যয় সাপেক্ষে চিলাৰায় ভবণ নিৰ্মাণৰ আধাৰশিলা স্থাপন।
Read More News
T & CPrivacy PolicyContact Us