This browser does not support the video element.
ধেমাজি: ধেমাজি আদালতৰ গুৰুত্ব পূৰ্ণ ৰায়দান,
এজনক যাৱজ্জীৱন কাৰাদণ্ড ধেমাজি আদালতৰ
Dhemaji, Dhemaji | Sep 11, 2025
বৃহস্পতি বাৰে ধেমাজি আদালতৰ গুৰুত্ব পূৰ্ণ ৰায়দান ।২০২২ চনৰ ৭ আগষ্টত ভক্তৰ বাহাদুৰ চেত্ৰী নামৰ এজন লোকক ইটা টুকুৰাই মাৰ ধৰ কৰি হত্যা কৰা অভিযোগত চিলাপথাৰৰ আৰক্ষীৰ থানাৰ গোচৰ ভিত্তিত চিলাপথাৰৰ আৰক্ষীৰ থানাৰ তদন্ত কাৰী বিষয়া নবীন গগৈৰ চাৰ চিত দাখিলৰ ভিত্তিত ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে বিচাৰ কৰি অভিযুক্ত চিত্ত পাংগিং ক দোষী সাব্যস্ত।