Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: বৰভাগত থেঠা গোঁসাই থান পৰিচালনা সমিতিৰ উপস্থিতিত ক্ৰীড়া প্ৰকল্পৰ চাৰিসীমাৰ বেৰ আৰু মাটিপোতাৰ আধাৰশিলা স্থাপন অনুষ্ঠান

Ghograpar Part, Nalbari | Aug 24, 2025
আজি থেঠা গোঁসাই থান পৰিচালনা সমিতিৰ উপস্থিতিত ক্ৰীড়া প্ৰকল্পৰ চাৰিসীমাৰ বেৰ আৰু মাটিপোতাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি আধাৰশিলা কৰে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই, সভাত পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ সভাপতি হেমেন ডেকা, জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্য, বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।
Read More News
T & CPrivacy PolicyContact Us