Download Now Banner

This browser does not support the video element.

বাক্সা: মথনগুৰী বৰতলাত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত তিনি শতাধিক লোকে কৰিলে বিজেপিত যোগদান

Baska, Baksa | Sep 13, 2025
মথনগুৰী বৰতলাত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত তিনি শতাধিক লোকে কৰিলে বিজেপিত যোগদান। আজি মথনগুৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা লোক আহি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। আজি যোগদান কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰী মণ্ডলৰ সভাপতি ঘনশ্যাম বৰ্মনৰ সৈতে বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us