This browser does not support the video element.
ধেমাজি: জিলা আয়ুক্তৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্ব পূৰ্ণ সভা
Dhemaji, Dhemaji | Sep 1, 2025
সোমবাৰে আবেলি চাৰি বজাত ধেমাজি জিলাৰ জিলা আয়ুক্তৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত আগুন্তক ১৭ ছেপ্তেম্বৰৰ পৰা হ’ব লগা “সেৱা সপ্তাহ” আয়োজনৰ উপলক্ষে সংশ্লিষ্ট বিভাগীয় মুৰব্বীসকলৰ লগত এক বৈঠক অনুস্থিত কৰা হয় ৷ উক্ত বৈঠকত “সেৱা সপ্তাহ” উপলক্ষে আয়োজন কৰিব লগা বিভিন্ন কাৰ্যসূচীৰ ৰূপৰেখাৰ ওপৰত আলোচনা কৰা হয় ৷ উক্ত বৈঠকত জিলা আয়ুক্তৰ ৰাহুল সুৰেশ জাবীৰ উপৰিও জ