Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ সমীপৰ খন্দিকৰত মৃতদেহ উদ্ধাৰ, মৃতদেহটো খন্দিকৰৰ পূব চুবুৰীৰ ৰুহুল আমিনৰ বুলি চিনাক্ত
Rangia Part, Kamrup | Aug 23, 2025
শনিবাৰে ৰঙিয়াৰ সমীপৰ খন্দিকৰত মৃতদেহ উদ্ধাৰৱমৃতদেহটো খন্দিকৰৰ পুৱ চুবুৰীৰ ৰুহুল আমিনৰ বুলি চিনাক্ত। স্থানীয় ৰাইজে খন্দিকৰ ৰেল ষ্টেচনৰ সমীপত পানীৰ মাজত থকা এজোপা বাঁহনিৰ মাজত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্তৰ বাবে প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!