চহৰস্থিত শ্বহীদ ভৱন অনুষ্ঠিত হয় সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সভা।উক্ত সভাত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, জিলা ছাত্র সন্থাৰ সম্পাদক সভাপতিকে ধৰি জিলা ছাত্র সন্থাৰ নেতৃত্ব ৷সভাত বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা পৰিলক্ষিত হয়।