Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ঢেকীয়াজুলিস্থিত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত বিশেষ সভা

Dhekiajuli Part, Sonitpur | Aug 26, 2025
বৰছলা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ ঠেলামৰা আৰু মিছামাৰী মণ্ডলৰ উদ্যোগত ঢেকীয়াজুলিস্থিত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজন কৰা বিশেষ জৰুৰী সভা মংগলবাৰে দিনৰ ১ বজাত সামৰণি পৰে ৷ উল্লেখ্য যে গাওঁ-সমাজৰ উন্নয়নমূলক কাম-কাজ আৰু আগতীয়াকৈ গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তসমূহৰ বিষয়ে উক্ত সভাত বিস্তৃত আলোচনা কৰা হয়।আজিৰ সভাত সকলো গাওঁ পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যা, জিলা পৰিষদৰ সদস্যৰ লগতে বৰছলা উন্নয়ন খণ্ডৰ সমূহ বিষয়-ববীয়াৰ উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us