This browser does not support the video element.
ডিফু: বোকাজানৰ ৮৩ টা নামঘৰলৈ ৩০০০ টকাকৈ চেক প্ৰদান বিধা সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ
Diphu, East Karbi Anglong | Sep 10, 2025
বুধবাৰে দিনৰ ১ মান বজাত বোকাজানত ১০৮ নং বোকাজান সমষ্টিৰ অন্তৰ্গত ১০৮ খন নামঘৰ সমিতিলৈ পৱিত্ৰ ভাদ মাহৰ পৱিত্ৰখনত ৩০০০ টকাকৈ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে ৷ ।এই মহৎ পদক্ষেপটোৱে বোকাজানৰ সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠানসমূহক কেৱল পৰিশক্তি দিয়া নাই, বৰঞ্চ সমাজৰ ঐক্য আৰু ভক্তিৰ সমৃদ্ধ পৰম্পৰা আগবঢ়াইছে।