Download Now Banner

This browser does not support the video element.

তেজপুৰ: শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তেজপুৰৰ দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান,উপস্থিত বিধায়ক

Tezpur, Sonitpur | Sep 26, 2025
শুক্ৰবাৰে বিয়লি অনুমানিক ৫ বজাত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তেজপুৰৰ দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা তেজপুৰ দূৰ্গা পূজা সমিতিলৈ অসম চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি পূজা সমিতিৰ বিষয়ববীয়া সকলক আৰ্থিক সাহায্য প্ৰদান কৰে বিধায়ক পৃথ্বিৰাজ ৰাভায় ৷
Read More News
T & CPrivacy PolicyContact Us