Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: হজৰত মহম্মদৰ জন্মজয়ন্তী উপলক্ষে ইছলাম ধৰ্মালম্বী লোকসকলে ঢেকীয়াজুলি নগৰত উলিয়ালে শান্তি সমদল

Dhekiajuli Part, Sonitpur | Sep 5, 2025
হজৰত মহম্মদৰ জন্মজয়ন্তী উপলক্ষে শুক্ৰবাৰে বিয়লি ৪ বজাত ইছলাম ধৰ্মালম্বী লোকসকলে ঢেকীয়াজুলি নগৰত উলিয়ালে শান্তি সমদল ৷ উল্লেখ্য যে ঢেকীয়াজুলি ঈদ্‌ মিলাদুন নবি কমিটিৰ উদ্যোগত হজৰত মহম্মদৰ জন্মজয়ন্তী উপলক্ষে আজি ঢেকীয়াজুলি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উলিয়ালে উক্ত শান্তি সমদল ৷ আজিৰ উক্ত শান্তি সমদলত প্ৰায় দুই শতাধিক ইছলাম ধৰ্মালম্বী লোকে অংশগ্ৰহণ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us