Download Now Banner

This browser does not support the video element.

হোজাই: জিলা সদৰত জিলা আয়ুক্তই খানাপাৰত অনুষ্ঠিত হৱলগীয়া সুধাকণ্ঠৰ শতবার্ষিকী অনুষ্ঠানৰ কোৰাছৰ পৰিবেশক সকলৰ বাছ ফ্লেগ অফ কৰে

Hojai, Hojai | Sep 12, 2025
হোজাই জিলা সদৰত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ১৩ চেপ্তেম্বৰত গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হৱলগীয়া সুধাকণ্ঠৰ শতবার্ষিকী অনুষ্ঠানৰ হোজাইৰ কোৰাছৰ পৰিবেশক সকলৰ বাছ ফ্লেগ অফ কৰে।উক্ত ক্ষণত জিলা আয়ুক্ত গৰাকীৰ লগত উপস্থিত থাকে জিলাৰ অতিৰিক্ত আয়ুক্তৰ লগতে লামডিং সম জিলাৰ আয়ুক্ত গৰাকী।
Read More News
T & CPrivacy PolicyContact Us