This browser does not support the video element.
জলহ ভাগ: কাজিয়ামাটীত ABMSU ৰ সপ্তম দ্বি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
Jalah Part, Baksa | Aug 24, 2025
কাজিয়ামাটীত ABMSU ৰ সপ্তম দ্বি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত। আজি শালবাৰী জিলা ABMSU ৰ উদ্দোগত কাজিয়ামাটী গাঁওত ABMSU য়ে সপ্তম দ্বি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰে । উক্ত ABMSU ৰ সপ্তম দ্বি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠানত অংশগ্ৰহণ কৰে ABMSU ৰ কেন্দ্ৰীয় সহঃসম্পাদক ছাইজুদ্দিন খন্দকাৰ আদি কৰি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে । উক্ত সভাত কাজিয়ামাটী গাঁওৰ ৰাইজো অংশগ্ৰহণ কৰে ।