This browser does not support the video element.
লংকা: দূৰ্গাপূজাত লংকা চহৰত যানযট যাতে সৃষ্টি নহয় তাৰ বাবে জিলা আয়ুক্তই লংকাৰ বাটপথ, ২নং ৰেলগেইটৰ উৰণীয়া সেতু কৰে পৰিদৰ্শন
Lanka, Hojai | Sep 7, 2025
দূৰ্গাপূজাত লংকা চহৰত যাতে যানজটৰ সমস্যা সৃষ্টি নহয় তাৰ বাবে লংকাত জিলা আয়ুক্ত গৰাকী উপস্থিত হৈ লংকাৰ বিভিন্ন বাট পথ পৰিভ্ৰমণ কৰি নিৰীক্ষণ কৰা লগতে লংকাৰ ২নং ৰেলগেইটৰ ৰেললাইনৰ ওপৰত লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুও পৰিদৰ্শন কৰে।যিহেতু লংকাচহৰলৈ সোমোৱা মূলপথ লংকাৰ ২ নং ৰেলগেইটৰে যান বাহানৰ যাতায়ত বন্ধ সেইহে লংকা চহৰলৈ সোমোৱা আৰু উলোৱা বিকল্প পথ পৰিদৰ্শন কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে জিলা আয়ুক্ত গৰাকীয়ে।