Download Now Banner

This browser does not support the video element.

বোকাখাত: বিহৰা মিকিৰচাং পাহাৰ লাইনত বজ্ৰপাতত দুজন লোকৰ মৃত্যুৰ সন্দেহ, স্থানীয় বিধায়ক, মন্ত্ৰী অতুল বৰাৰ ওপৰত ক্ষোভ উজাৰে ৰাইজে

Bokakhat, Golaghat | Sep 4, 2025
বিহৰা মিকিৰচাং পাহাৰ লাইনত বজ্ৰপাতত দুজন লোকৰ মৃত্যুৰ সন্দেহ। বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ ওপৰত ক্ষোভ উজাৰে ৰাইজে। খেতিৰ ধানডৰা বন্যহস্তীৰ পৰা ৰক্ষা কৰিবলৈ ৰাধেশ্যাম মুণ্ডা আৰু বংশীলাল তামৰীয়াই নিশাৰ ভাগত পহৰা দিবলৈ গৈছিল টঙী ঘৰত। পুৱতি নিশা অহা ধুমুহা-বৰষুণৰ লগতে হোৱা বজ্ৰপাতৰ ফলত টঙী ঘৰতে লোকদুজনৰ মৃতদেহ উদ্ধাৰ হয়। অঞ্চলটোত ফেনচিংৰ ব্যৱস্থা নকৰাৰ বাবেই উক্ত ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় বিধায়কৰ ওপৰত ক্ষোভ উজাৰে ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us