Install App
usr509065
This browser does not support the video element.
মৰাণ: চেচুঘাট শিলপোতা সংযুক্ত উ:মা:বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বুঢ়ীদিহিং গ্ৰন্থ উৎসৱত অংশ ললে অজাপৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে
Moran, Dibrugarh | Sep 13, 2025
খোৱাং বিধানসভা সমষ্টিৰ হালধিবাৰী পঞ্চায়তৰ অন্তৰ্গত চেচুঘাট বুঢ়ীদিহিং যুৱ সংঘৰ আতিথ্যত চেচুঘাট শিলপোতা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হৈছিল ‘চতুৰ্থ বাৰ্ষিক বুঢ়ীদিহিং গ্ৰন্থ উৎসৱ-২০২৫’ । আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!