Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: বঙালমৰা আৰক্ষী চকীত অঘটন,ৰাইজে ধৰি দিয়া চোৰ পলাল আৰক্ষী চকীৰ পৰা,সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ

Bihpuria, Lakhimpur | Sep 7, 2025
লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত অঘটন দেওবাৰে এক অঘটন সংঘটিত হয়। শনিবাৰে নিশা ৰাইজে ধৰি দিয়া চোৰ পলাই যায় আৰক্ষী চকীৰ পৰা ।দৌলতপুৰত গাঁওৰক্ষী বাহিনীয়ে নিশা হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিছিল ড্ৰাগছ আসক্ত এটা চোৰক । চোৰ ছাদিকুল ইছলাম পলাল আৰক্ষী চকীৰ পৰা । পানী খাওঁ বুলি কৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাল চোৰটো । এই ঘটনাকলৈ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ।
Read More News
T & CPrivacy PolicyContact Us