Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: জিলা আয়ুক্ত কাৰ্যালয়ত উচ্ছেদিত লোকক পুণৰ সংস্থাপনৰ দাবীত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান আমছুৰ

Biswanath, Biswanath | Aug 22, 2025
বিশ্বনাথৰ নিজ বাঘমাৰীত বিশ্বনাথ জিলা প্ৰশাসনে যোৱা কালি ৬০১টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰী কৰিছে। জিলা প্ৰশাসনে ২৬৩ বিঘা ভিজিআৰ ভূমি খালি কৰিবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিছে। তাৰেপৰিপ্ৰেক্ষিতত আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কুদ্দুছ আলি সৰকাৰৰ নেতৃত্বত আমছুৰ বিশ্বনাথ জিলা সমিতিৰ এক সজাতি দল বিশ্বনাথ জিলা আয়ুক্তক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হৈ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
Read More News
T & CPrivacy PolicyContact Us