Download Now Banner

This browser does not support the video element.

পলাশবাৰী: নহিৰা গাঁৱৰ ঐতিহ্যমণ্ডিত জগদ্ধাত্ৰী মন্দিৰৰ কাষৰীয়া অঞ্চলৰ বাটপথৰ সমস্যাৰ বুজ লয় বিধায়ক হেমাংগ ঠাকুৰীয়াই

Palasbari, Kamrup | Aug 25, 2025
সোমবাৰে নিশা নহিৰা গাঁৱৰ ঐতিহ্যমণ্ডিত জগদ্ধাত্ৰী মন্দিৰৰ কাষৰীয়া অঞ্চলৰ বাটপথৰ সমস্যাৰ বুজ লয় বিধায়ক হেমাংগ ঠাকুৰীয়াই। অনাগত দিনত ৰাইজৰ অসুবিধাখিনি সমাধানৰ বাবে যথাসাধ্য চেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান।
Read More News
T & CPrivacy PolicyContact Us