This browser does not support the video element.
ওদালগুৰি: আয়ুক্ত কাৰ্যালয়ত UPPL ৰ পৰা টিকট বঞ্চিত যুৱনেতা ৰাজু ঢাকলে নির্দলীয়ভাৱে দাখিল কৰিলে মনোনয়ন
Udalguri, Udalguri | Sep 2, 2025
*UPPL ৰ পৰা টিকট বঞ্চিত যুৱনেতা ৰাজু ঢাকলে নির্দলীয়ভাৱে দাখিল কৰিলে মনোনয়ন | ওদালগুৰি জিলা আয়ুক্ত কাৰ্যলয়ত প্রায় ২০০ সমর্থকক লগত লৈ যুৱনেতা গৰাকীয়ে দাখিল কৰে মনোনয়ন পত্র৷তেঁও কয় যে,UPPL এ ৩৯নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিত মোক বঞ্চিত কৰিলেও মোৰ পক্ষে ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। ইয়াৰ উপৰিও তেওঁ কয়, UPPL- BJP ৰ গোপন মিত্রতাৰ বাবেই পাচনৈ চেৰফাঙত দলে দিছে দুর্বল প্রার্থী | পৰিষদীয় নিৰ্বাচনত প্রায় ৫০০০ভোটৰ ব্যৱধানত জয়ী হম বুলি মন্তব্য ৰাজু ঢাকালৰ মন্তব্য