Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,ঢেকীয়াজুলিত এই কথা সদৰি কৰিলে আয়োজক সমিতিয়ে

Dhekiajuli Part, Sonitpur | Oct 4, 2025
অহাকালি অৰ্থাৎ ৫ অক্টোবৰ তাৰিখে ঢেকীয়াজুলিত প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হব ৷ শনিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত ঢেকীয়াজুলিত এই কথা সদৰি কৰিলে আয়োজক সমিতিয়ে ৷ উল্লেখ্য যে অহাকালি ঢেকীয়াজুলিবাসী ৰাইজৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰাণৰ শিল্পী গৰাকীৰ আত্মাৰ সদ্‌গতি কামনা কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হব৷ এই সন্দৰ্ভত আয়োজক সমিতিৰ মন্তব্য ৷
Read More News
T & CPrivacy PolicyContact Us