Install App
shivbhakti
This browser does not support the video element.
নগৰবেৰা: নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত নাও খেল প্ৰতিযোগিতাত অঘটন,হঠাৎ নৈত ডুব যায় এখন নাও, কথমপি ৰক্ষা প্ৰায় ১২জনকৈ লোকৰ
Nagarbera, Kamrup | Sep 9, 2025
নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত নাও খেল প্ৰতিযোগিতাত অঘটন। মঙলবাৰে নাওখেল চলি থকাৰ মাজতে হঠাৎ নৈত ডুব যায় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এখন নাও। কথমপি ৰক্ষা পৰে প্ৰায় ১২জনকৈ লোক। সোমবাৰৰ পৰা ৰঙ্গেশ্বৰী পাম জনতা বজাৰৰ কাষতে জলজলী নৈত আৰম্ভ হৈছে সৰু নাওঁ খেল প্ৰতিযোগিতা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!