This browser does not support the video element.
ডিফু: বকলীয়াঘাটত তিনি দুধৰ্ষ গৰু চুৰ আটক
Diphu, East Karbi Anglong | Sep 6, 2025
শণিবাৰে দিনৰ প্ৰায় ১২ বজাত বকলীয়াঘাট আৰক্ষী আৰু স্থানীয় ৰাইজৰ বহু দিনৰ পৰা নিদ্ৰা হৰণ কৰি অহা তিনি গভাইত গৰু চোৰক ৰাইজে খেদি খেদি কৰায়ত্ব কৰে। বকলীয়াঘাট আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ব কৰা ক্ৰমে আব্দুল ৰহমান, মফিকুৰ ৰহমান আৰু চুলেমান আলিক ৷ ধৃত গৰু চুৰ কেইটা কাকিৰ টঙীয়াৰ বুলি জানিব পৰা গৈছে। AS 31 F 9066 নম্বৰৰ এখন মাৰুতি ইক' ভানৰ পৰা এজনি গাই গৰু লগতে ইক ভান খন বকলীয়াঘাট আৰক্ষীয়ে জব্দ কৰে ।