Download Now Banner

This browser does not support the video element.

কদম: বগীনদীত মণ্ডল বিজেপি কাৰ্যালয়ত সেৱা পষেকৰ মণ্ডল কৰ্মশালা, উপস্থিত জিলা বিজেপিৰ সাধাৰণ সম্পাদক

Kadam, Lakhimpur | Sep 12, 2025
লখিমপুৰ জিলা বিজেপিৰ অন্তৰ্গত বগীনদী মণ্ডলৰ মণ্ডল কাৰ্যালয়ত মণ্ডল উপ-সভাপতি শ্ৰীযুত অৰুপ শইকীয়াৰ সভাপতিত্বত সেৱা পষেকৰ মণ্ডল কৰ্মশালা অনুষ্ঠিত হয় শুক্ৰবাৰে। মণ্ডল কৰ্মশালাত মাৰ্গদৰ্শন কৰে লখিমপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জিতেন দত্তই।উক্ত মণ্ডল কৰ্মশালাত উপস্থিত থাকে লখিমপুৰ জিলা আই:টি: ডি: পি ৰ অধক্ষ শ্ৰীযুত অভিজিৎ সোণোৱাল, বগীনদী মণ্ডলৰ উপ সভাপতি তথা সেৱা পষেকৰ মণ্ডল আহ্বায়ক শ্ৰীযুত বিটুমনি শৰ্মা, সহ আহ্বায়ক শ্ৰীযুত নৱ কোমাৰ সোণোৱাল আদি উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us