Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ  উদ্যোগত ঢেকীয়াজুলিত সমদল

Dhekiajuli Part, Sonitpur | Sep 23, 2025
জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি মংগলবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ  উদ্যোগত ঢেকীয়াজুলিত উলিয়ালে বিশাল সমদল ৷ উল্লেখ্য যে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে ৷ অনুৰাগি সকলে প্ৰিয় শিল্পী গৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতি কামনা কৰি আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দল সংগঠনৰ উদ্যোগত ঢেকীয়াজুলিত উলিয়াইছে বিশাল সমদল ৷
Read More News
T & CPrivacy PolicyContact Us