This browser does not support the video element.
সোণাৰি: নিৰুদ্দেশ হৈ থকা ভজো জাপিধৰা গাওঁৰ মেধাবী ছাত্ৰৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষক স্মাৰক প্ৰদান AJYCP ৰ
Sonari, Charaideo | Sep 11, 2025
সোণাৰি টাউন হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশক লৈ আজি বিয়লি জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই স্মাৰক পত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে। সোণাৰি নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ নয়নজোতি বৰুৱা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁ বুলি ওলাই আহিছিল ছাত্ৰজন। ছাত্ৰ জনৰ ঘৰ সোণাৰিৰ কাষৰী