Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত  মুন ইংতিপীৰ চাকৰি-ঠিকাৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত মুন ইংতিৰ ঘৰ ঘেৰাও শতাধিক লোকৰ

Diphu, East Karbi Anglong | Aug 23, 2025
দীর্ঘ দিন ধৰি বহু লোকক চাকৰি-ঠিকা প্রদানৰ নামত কোটি কোটি টকা ধন আত্মসাৎ কৰাৰ প্ৰতিবাদত ভুক্তভোগীসকলে ধন ঘূৰাই বিচাৰি শণিবাৰে বিয়লি প্ৰায় তিনি বজাত মুন ইংতিপীৰ ডিফুস্থিত বাসগৃহ ঘেৰাও কৰি ইংতিপীক নিজ গৃহতে আবদ্ধ কৰি ৰাখে। ডিফু আৰক্ষীয়ে ইংতিপীক নিজ বাসগৃহৰ পৰা উদ্ধাৰ কৰি খানালৈ লৈ আহে। অৱশ্যে, বাতৰি লিখাৰ  পৰলৈকে ইংতিপীৰ গ্রেপ্তাৰ নিশ্চিত কৰা নাই আৰক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us