Download Now Banner

This browser does not support the video element.

মৰাণ: বিৰোধীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা উচিত হোৱা নাই: মৰাণত ক'লে মন্ত্ৰী যোগেন মহনে

Moran, Dibrugarh | Sep 28, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে চলি থকা শোকাকূল পৰিবেশৰ মাজতে ৰাজ্যবাসীয়ে আজিৰে পৰা উদযাপন কৰিব শাৰদীয় দূৰ্গাপূজা ৷ এইবাৰ দূৰ্গাপূজা শান্তিপূৰ্ণভাৱে, আধ্যাত্মিক পৰিবেশত অনুষ্ঠিত কৰিবলৈ পূজা সমিতিসমূহলৈ আহ্বান জনাইছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । বিৰোধীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা উচিত হোৱা নাই বুলি উল্লেখ কৰি সকলো বিষয়তে ৰাজনীতি কৰাৰ বাবেই বিৰোধী নিশ্চিহ্ন হোৱাৰ দিশত বুলিও মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে
Read More News
T & CPrivacy PolicyContact Us