Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিৰ ডিপ্লীং চাহ বাগিচাত সংঘটিত হল চাঞ্চল্য ঘটনা,সঞ্জয় উৰাঙৰ নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Sonari, Charaideo | Sep 3, 2025
সোণাৰিৰ ডিপ্লীং চাহ বাগিচাত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। বাগিচাখনৰ নদীকিনাৰ লাইনত সংঘটিত হৈছে এই ঘটনা। মৃত ব্যক্তিজনৰ নাম সঞ্জয় উৰাং । কালি বিয়লি বাগিচাখনৰ অঞ্জলি তাঁতী নামৰ মহিলা এগৰাকীক দাৰে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰিছিল সঞ্জয় উৰাঙে। নিশা সঞ্জয় উৰাঙৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়। পৰিবৰ্তী সময়ত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃদেহটো উদ্ধাৰ কৰি আনে।
Read More News
T & CPrivacy PolicyContact Us