Install App
shivbhakti
This browser does not support the video element.
হাজো: ‘মই নেতৃত্বত থাকোতে গৌৰৱৰ বাট আগচা হ’লে পিটন খালেহেঁতেন’, হাজোত এই মন্তব্য তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ
Hajo, Kamrup | Jun 22, 2025
‘মই নেতৃত্বত থাকোতে গৌৰৱৰ বাট আগচা হ’লে পিটন খালেহেঁতেন’। দেওবাৰে হাজোত এই মন্তব্য TMC নেতা দুলু আহমেদৰ। শনিবাৰে শিঙিমাৰীত গৌৰৱ গগৈ গো বেক ধ্বনি দিয়া ঘটনাক লৈ এই মন্তব্য দুলু আহমেদৰ। ‘হাজোৰ ৰাইজে হিন্দু-মুছলিম ভাল নাপায়’। ‘গৌৰৱ গগৈ ভদ্ৰ মানুহ বাবে ভদ্ৰ উত্তৰ দিছে’। হাজোত কংগ্ৰেছ দুৰ্বল হোৱা বুলি মন্তব্য দুলু আহমেদৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!