This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ তুলসীবাৰীত দুটা পুতলা পিষ্টল সহ চাৰিজনীয়া ডকাইতৰ দল আৰক্ষীৰ জালত
Rangia Part, Kamrup | Aug 24, 2025
শনিবাৰে ৰঙিয়াৰ তুলসীবাৰীত দুটা পুতলা পিষ্টল সহ চাৰিজনীয়া ডকাইতৰ দল আৰক্ষীৰ জালত ।গ্ৰেপ্তাৰ হোৱা ডকাইত কেইজন হৈছে নলবাৰী জিলাৰ কাচিমপুৰৰ জেহেৰুদ্দিন আলী, মহৰুদ্দিন আলী, জাহিদুল ইছলাম আৰু আজিজুৰ আলী। আৰক্ষীয়ে ধৃত এই দলটোৰ পৰা দুটা পুতলা পিষ্টলৰ লগতে তিনিখন বাইক জব্দ কৰে।