Download Now Banner

This browser does not support the video element.

লংকা: কাকীত ৫২ গছ বন্তি প্ৰজ্বলন কৰি কণ্ঠশিল্পী জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী স্হানীয় ৰাইজৰ

Lanka, Hojai | Sep 19, 2025
অসমৰ হিয়াৰ আমঠু,হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত যেন স্তব্ধ হৈ পৰিচে ৰাজ্যবাসী।লংকাৰ কাকীটো হিয়াৰ আমঠু গৰাকীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিচে সমগ্ৰ অঞ্চল।তেওঁৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিচে কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আৰু কাকীবাসী ৰাইজে।এনেদৰে কাকীত ৫২ গছি বন্তি প্ৰজ্বলনৰে শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি নেদেখাজনৰ ওচৰত সেৱা নিবেদন কৰে কাকীবাসীয়ে।
Read More News
T & CPrivacy PolicyContact Us