Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ শ্যামবাৰীস্হিত অসম ভেলী একাডেমীৰ নৱাগত আদৰণি সভাত উপস্থিত বিধায়ক ৰামকৃষ্ণ ঘোষ

Lanka, Hojai | Sep 6, 2025
লংকাৰ শ্যামবাৰীস্হিত অসম ভেলী একাডেমীৰ নৱাগত আদৰণি সভাত উপস্থিত বিধায়ক ৰামকৃষ্ণ ঘোষ।লংকাৰ শ্যামবাৰীস্হিত অসম ভেলী একাডেমীৰ নৱাগত আদৰণি সভাত উপস্থিত বিধায়ক ৰামকৃষ্ণ ঘোষ।উক্ত অনুষ্ঠানত বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগত উপস্থিত থাকে হোজাই জিলা পৰিষদৰ সভানেত্রী জুন্তী বৰা, বিজেপিৰ জেষ্ঠ্য নেতা অৰ্জুন মজুমদাৰ সহ কেইবাজনো গণ্যমান্য ব্যক্তি আৰু একাডেমীখনৰ শিক্ষাৰ্থী সকল।
Read More News
T & CPrivacy PolicyContact Us